আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

   Horoscope Today

 

১২ জেঠ, শনিবাৰ ইং ২৭ মে' ২০২৩।   ( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, মনৰ আশা পূৰণ হ'ব, লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, হাতলৈ ধন ধান আহিব, লগতে আজি আপুনি সন্তান সুখ শান্তি লাভ কৰাৰ যোগ দেখা যায়। 


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকৰ  সামাজিক ব্যস্ততা বাঢ়িব, পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি মাতৃৰ পৰা মৰম চেনেহ লাভ হোৱাৰ   যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কনিষ্ঠ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, সংগীত শিল্পী সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে।   ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সজাগ নহ'লে মনত ভয় ভাৱ বাঢ়িব পাৰে, স্বাস্থ্যৰ অৱনতি হ'ব পাৰে যদিও আজি খেতিয়ক সকলৰ শুভ হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, লগতে আজি আপোনাৰ সুখ শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ  বাবে শুভ হ'ব , যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰ সুযোগ দেয়া যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ব্যস্ততাৰ মাজেৰে দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য বাধা আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য বন্ধুৰ লগত ক্লেষ ভাৱ বাঢ়িব পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, সন্তানৰ পৰা সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

 ( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages