আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 23, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today


Horoscope Today

 

 ৮ জেঠ, মঙ্গল বাৰ ইং ২৩ মে' ২০২৩ ।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, উৎসৱ পাৰ্বনত নিজকে বেষ্ট কৰি ৰাখিবলৈ সক্ষম হব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰে, পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি আৰু উকীল সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

Horoscope Today


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সামান্য জটিলতাৰ মাজেৰে কৰ্মবোৰ সম্পন্ন কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলে বিদ্যা আহৰণত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ঋণ আদায় কৰিবলৈ সক্ষম   হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হব, খেলুৱৈ সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ দেহৰ ক্ষয়-ক্ষতি হ'ব পৰা কৰ্মৰ পৰা  আতৰি থাকিবলৈ চেষ্টা কৰিব।  


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্ম দক্ষতা বাঢ়িব, যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হোৱাটো ভাল হ'ব।  


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ধন আগমন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মন সামান্য দুৰ্বল হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  মনত উৎসাহ বাঢ়িব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সঞ্চিত অৰ্থ ক্ষয়  হোৱাৰ যোগ দেখা যায়।

Horoscope Today


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকল আজিৰ দিনটোত   পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হব, কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  পুৰণি বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, সংগীত শিল্পী সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰাৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।


সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

No comments:

Post a Comment

Advertisement

Pages