স্বাস্থ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিবলৈ আজিয়ে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 4, 2023

স্বাস্থ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিবলৈ আজিয়ে জানি লওক : Religious Studies

 

Religious Studies

*হনুমান চালিচাত মুঠ ৪০টা চৌপাই আছে।প্ৰতিটো চোপায়ে হৈছে সিদ্ধমন্ত্ৰ।কিন্তু তাৰে ৫টাৰ বিশেষ ক্ষমতা আছে।কোৱা হয় যে,যদি আপুনি এই ৫টা মন্ত্ৰ নিয়মীয়াকৈ আবৃত্তি কৰিব পাৰে,তেতিয়া আপুনি,স্বাস্হ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিব।( Religious Studies )


১)ৰামদূত অতুলিত বলধামা।অঞ্জনিপুত্ৰ পৱনসুত নামা"।হনুমান পূজাৰ সময়ত এই মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক বেদনাৰ পৰা সকাহ পাব।


২)মহাবীৰ বিক্ৰম বজৰংগী।কুমতি নিবাৰ সুমতি কে সংগী"।এই মন্ত্ৰত আপুনি জ্ঞান আৰু বুদ্ধিমত্তাৰ অধিকাৰী হব।


৩/বিদ্যাৱান জ্ঞানী অতি চাতুৰ।ৰামকাজ কৰিবে কো আতুৰ"।।যদি এজন ব্যক্তিয়ে বিভিন্ন বিষয়ৰ বিষয়ে জ্ঞানী হব বিচাৰে,তেন্তে এই মন্ত্ৰৰ কোনো বিকল্প নাই।( Religious Studies )


৪)ভীম ৰূপ ধৰি অসুৰ সংহাৰে।ৰামচন্দ্ৰ কে কাম সবাৰে"।শক্ৰৰ পৰা পৰিত্ৰান পাবলৈ এই মন্ত্ৰটো প্ৰত্যেক দিনা পুৱা আবৃত্তি কৰিব লাগে।


৫/লায়ে সঞ্জীৱন লক্ষ্মণ জিয়ায়ে।শ্ৰী ৰঘুবীৰ হৰষি ঊৰ লায়ে"।যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ৰোগত ভুগি আছে,তেন্তে নিশ্চিতভাৱে আপোনাৰ হৃদয়ৰ পৰা এই মন্ত্ৰটি আবৃত্তি কৰিব।তেতিয়া আপুনি নিশ্চিতভাৱে সুফল পাব।।(কথাখিনি সংগ্ৰহিত) জয় বীৰ হনুমান।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages