আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 21, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

৭ ব'হাগ, শুক্ৰবাৰ ইং ২১ এপ্ৰিল ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আপোনাৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ হোৱাটো ভাল হ'ব। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, সকলৰ ফালৰ পৰা কৰ্মত সফলতা লাভ কৰিব, লগতে যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ ঘৰত বিবাহৰ কথা আলোচনা হ'ব পাৰে।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, শুভ কৰ্মলৈ মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সৰু-সুৰা ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে সফলতা লাভ কৰিব, ব্যৱসায়িক দিশটো উন্নতি হ'ব, যদিও আজি আপোনাৰ মনত কষ্ট দিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব, লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব, লগতে আজি উকীল সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যৱসায়িক দিশত অধিক লাভালাভ হ'ব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে শ্ৰেণীৰত সামান্য সৰু সুৰা ৰোগ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যিসকলে সাহিত্য সেৱাৰ লগত জড়িত তেওঁলোকৰ সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি আত্মীয় পৰিয়ালৰ লগত কথোপকথন হওতে সাৱধান হোৱাটো ভাল হ'ব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ধাৰ মুক্ত হ'বলৈ সক্ষম হব, যদিও আজি আপুনি লগ বন্ধু পৰা সাৱধান হোৱাটো ভাল হ'ব।        


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি সন্তান সুখ লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মবোৰ সাহসেৰে সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ'ব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি কৰ্মত কৃতকাৰ্যতা লাভ  হোৱাৰ যোগ দেখা যায়।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত  হ'ব, ধন আগমন বাঢ়িব, যদিও আজি আপোনাৰ মনত অশান্তি ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages