কি বস্তু পশ্চিম দিশত ৰখাটো শুভ আৰু অশুভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 4, 2023

কি বস্তু পশ্চিম দিশত ৰখাটো শুভ আৰু অশুভ : Assamese Fact

Assamese Fact


*বাস্তু শাস্ত্ৰত দিশৰ অতি গুৰুত্বপূৰ্ণ স্থান আছে।ঘৰত ৰখা সকলো বস্তু বাস্তু-শাস্ত্ৰ অনুযায়ী ৰাখিব লাগে।যদি কোনো বস্তু ভুল দিশত ৰখা হয়-তেন্তে-তাৰ নেতিবাচক ফল দেখা যায়।সেইবাবে-যিকোনো বস্তু ৰখাৰ আগতে-বাস্তু-শাস্ত্ৰক বুজি লব লাগে।কাৰণ-কিছুমান কথায় আমাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনে। ( Assamese Fact )


*ভগৱান বৰুণ দেৱ আৰু শনিদেৱৰ কথা বিবেচনা কৰা হৈছে-


-কোৱা হয় যে-বাস্তু শাস্ত্ৰৰ মতে-বৰুণ দেৱ আৰু শনিদেৱক পশ্চিমত প্ৰভু হিচাপে-গণ্য কৰা হয়।সেইবাবে-সকলো পশ্চিম দিশত ৰখা নহয়।


*কি বস্তু পশ্চিম দিশত ৰখাটো শুভ আৰু অশুভ!


*মূৰটো পশ্চিম দিশত ৰাখি শুৱ নালাগে! ( Assamese Fact )



-বাস্তু শাস্ত্ৰৰ মতে-কেতিয়াও পশ্চিম দিশলৈ মূৰ থৈ শুব নালাগে।এই দিশত মূৰ থৈ শুই থাকিলে-মানসিক চাপ পৰে আৰু ৰোগ বৃদ্ধি হয়।


*ঘৰৰ ঢাল পশ্চিম দিশত হব নাৰাগে!


-বাস্তু-শাস্ত্ৰৰ মতে-ঘৰৰ ঢাল পশ্চিম দিশত হব নালাগে।তাৰ-অৰ্থ হল-পশ্চিমৰ মজিয়াখন-আন ঠাইতকে অলপ ওখ হব লাগে।ইয়াৰ লগে-লগে-দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব।


*পাকঘৰ থকাটো দুৰ্ভাগ্য-


-ঘৰৰ পশ্চিম দিশত পাকঘৰ থকাটো-অশুভ বুলি গণ্য কৰা হয়।কোৱা হয় যে-যদি পশ্চিম দিশত পাকঘৰ থাকে-তেন্তে-ঘৰখনত সদায় আৰ্থিক সমস্যা থাকে।প্ৰতিটো কামতে-অধিক পৰিশ্ৰম কৰিব লাগিব-কিন্তু-ইয়াৰ ফল ইমান ভাল নহব।ইয়াৰ বাহিৰেও-ঘৰৰ মূল দুৱাৰখনো পশ্চিম দিশত হব নালাগে।ইয়াৰ বাবে-লক্ষ্মী দেৱী ঘৰত নাথাকে।যদি ঘৰৰ মূল দুৰাৰখন পশ্চিম দিশত থাকে-তেন্তে সদায় জপাই ৰাখিব লাগে।অহা-যোৱা বাট আন বাটেৰে কৰিব লাগে।(সংগ্ৰহিত)। ( Assamese Fact )


No comments:

Post a Comment

Advertisement

Pages