শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ৩ আঘোণ , বৃহস্পতিবাৰ,ইং ১৯নৱেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৫/৪৭/৮সূৰ্য্যাস্ত ঘ:৪/২৫/৫৩
ৰাশি - ধনুৰাশি। ৰা:ঘ:৮/২৯/২২ যোৱাত মকৰ ৰাশি।
তিথি - শুক্লা পঞ্চমী। ৰা: ঘ:- ১/৩৯/৫৮ লৈ।
নক্ষত্ৰ - পূৰ্ব্বাষাঢ়া দি:ঘ:২/৩৪/৩৪ লৈ।
আদ্যঋতু হলে - প্ৰতিহীনা যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই । ৰা:ঘ: ১/৩৯/৬৮ যোৱাত পশ্চিম দিশত নাই ।
যোগিনী :- দক্ষিণ দিশত । ৰা:ঘ: ১/৩৯/৬৮ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ:- নাই। দি:ঘ:- ২/৩৪/৩৪ যোৱাত দুই পাদ।
ভক্ষাভক্ষ্য :- বেল, ৰা:ঘ: ১/৩৯/৫৮ যোৱাত তিতা খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নিজৰ ঘৰ খনৰ সকলো দিশতে চকু ৰাখিব, আৰ্থিক চিন্তা বাঢ়িব পাৰে লগতে মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, লগতে সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, সন্মান লাভ হব, লগতে দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ হব যদিও সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, কৰ্ম প্ৰেৰণা লাভ কৰিব যদিও সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হব, কৰ্মত সুযোগ লাভ কৰিব, লগতে প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত দাম্পত্য জীৱনত সুখ বাঢ়িব, কৰ্মত শুভ হব, লগতে আত্মীয়ৰ আগমন হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, মনত ভক্তি ভাৱ বাঢ়িব,লগতে সজাগ নহলে শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ ,কৰ্মত শুভ যদিও সজাগ নহলে মনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব যদিও কৰ্মত সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱা দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সন্মান লাভ হব, কৰ্মত আনন্দ বাঢ়িব যদিও সজাগ নহলে সামান্য মনৰ অধৈৰ্য্যতা ভাৱ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে মনত শ্ৰদ্ধা ভক্তি ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
No comments:
Post a Comment