সোণেৰে ন-ৰূপত সজোৱা হল মা কামাখ্যা ধাম: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 19, 2020

সোণেৰে ন-ৰূপত সজোৱা হল মা কামাখ্যা ধাম:

অসমৰ ইতিহাস প্ৰসিদ্ধ তথা বিশ্ববিখ্যাত মা কামাখ্যা দেৱালয় ভাগৰ গম্বুজত স্থাপন কৰা হল ২০ কিলোগ্ৰাম উজনৰ আকৰ্ষণীয় সোণৰ কলচী।দেৱালয় ভাগৰ মূল গম্বুজ সহ দেৱালয়ৰ মুঠ চাৰিটা গম্বুজতে স্থাপন কৰা হৈছে এই সোণৰ কলচী।


উল্লেখ্য যে যাৱতীয় সোন সমূহ আগবঢ়ইছে বিশ্বৰ আগশাৰীৰ উদ্যোগপতি মুকেশ অম্বানিয়ে।শেহতীয় দুৰ্গা পূজাৰ পূৰ্বৰে পৰা "ৰিলাইঞ্চ ইন্দ্ৰাষ্টিজ"ৰ তত্বাৱধানত মুম্বাইৰ পৰা অহা এটা বিশেষ শ্ৰমিকৰ দলে কলচী সমূহ সংস্থাপত কৰাত দিনে নিশাই ব্যস্ত হৈ আছিল।আৰু ইতিমধ্যে কলচী স্থাপনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

Advertisement

Pages