সপৰিয়ালে তিলিঙা মন্দিৰত সেৱা ললে পদ্ম হাজৰিকাই: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 18, 2020

সপৰিয়ালে তিলিঙা মন্দিৰত সেৱা ললে পদ্ম হাজৰিকাই:

তিনিচুকীয়াৰ ঐতিহাসিক তিলিঙা মন্দিৰত আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সপৰিয়ালে উপস্থিত হৈ সেৱা জনাই। ইতিহাস প্ৰসিদ্ধ মন্দিৰ ভাগত তেওঁ সেৱা লৈ প্ৰাৰ্থনা জনাই যাতে সকলোৰে মংগল হয় আৰু দেশৰ সকলো বিঘিনি দূৰ হয় ।

"ৰাইজৰ সেৱাৰ বাবে অধিক শক্তি অৰ্জন কৰিব পাৰোঁ । সেইয়া শ্ৰীশ্ৰী মহাদেৱৰ শ্ৰীচৰণত শৰণ লৈ কামনা কৰো " বুলি এই মত পোষন কৰিছে বিধায়ক পদ্ম হাজৰিকাই।



No comments:

Post a Comment

Advertisement

Pages